Search This Blog

Tuesday, 31 May 2022

কবিতাঃ বন্দী। কবিঃ হেমাংগ কুমাৰ দত্ত।

 বন্দী হিচাপে গৃহবন্দীৰ সকলোতকৈ ভাল

বন্দী ৰোৱাৰ পক্ষে সুবিধাজনক নিজা ঘৰ


সেইফালৰ পৰা কাৰাবন্দীৰো চলে

নিজা নহ'লেও অন্ততঃ আনৰ ঘৰত


দুৰ্ভগীয়া বন্দী অঘৰীবোৰ

যাক বন্দী কৰা হয় ভিতৰৰ পৰা দুৱাৰ জপাই।

No comments:

Post a Comment

অনুৰ

  অ নুৰ বৃদ্ধকালৰ একাকীত্বৰ যন্ত্ৰণাৰ এক বাস্তৱ            চিত্ৰণ যদুমণি গগৈ ছবি পৰিচালক মঞ্জুল বৰুৱাৰ নৱতম ছবি অনুৰ৷ অন্তৰীণ আৰু কানীনৰ পিছ...